Assam GK Important MCQ (Part-3) // Assam Police, TET, Forest Gourd & Other Comparative Exam

By: IndiaFastJobAlert.Com

On: September 28, 2021

       

41. আজানপীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?






ANSWER=
Ans : শৰাগুৰি চাপৰি , শিৱসাগৰ


 

42. এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল?






ANSWER=
Ans : ভোগেশ্বৰ বৰুৱা


 

43. তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত?






ANSWER=
Ans : বৰনদী


 

44. গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী কোন নিৰ্বাচিত হৈছে?






ANSWER=
Ans : ভুপেন্দ্ৰ পেটেলৰ


 

45. ‘ অজগৰ ‘ কোন গৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম?






ANSWER=
Ans : চৈয়দ আব্দুল মালিক


 

46. ‘ ফেৰেংগাদাও ‘ নামৰ উপন্যাসখনৰ লেখক কোন?






ANSWER=
Ans : মেদিনী চৌধুৰী


 

47. তলৰ কোনখন ৰাজ্যক ১৯৬৩ চনত অসমৰ পৰা পৃথক কৰা হৈছিল?






ANSWER=
Ans : নাগালেণ্ড


 

48. ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল্ মহোৎসৱ উদযাপন কৰা হয়?






ANSWER=
Ans : নাগালেণ্ড


 

49. ‘ গুমৰাগ ‘ কি?






ANSWER=
Ans : নৃত্য


 

50. অসমক কোন নদীৰ দেশ বুলি কোৱা হয়?






ANSWER=
Ans : ৰঙা নদী


 

51. অসমক কোন পাহাৰৰ দেশ বুলি কোৱা হয়?






ANSWER=
Ans : নীলা পাহাৰ


 

52. অসমৰ কোন জিলাত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হয়?






ANSWER=
Ans : শোণিতপুৰ


 

53. বাৰেচহৰীয়া ভাওনা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়?






ANSWER=
Ans : ৫ বছৰ


 

54. ‘ ভক্তি ৰত্নাৱলী ‘ নামৰ তত্ত্ব মূলক গ্ৰন্থখন কাৰ ৰচনা?






ANSWER=
Ans : শ্ৰী শ্ৰী মাধৱদেৱ


 

55. ‘ Vijay Hazare trophy ‘ কোনটো খেলৰ লগত জৰিত?






ANSWER=
Ans : ক্ৰিকেট


 

56. পাঞ্জাবৰ নতুন ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে?






ANSWER=
Ans : বানোৱাৰীলাল পুৰোহিত


 

57.লোকসভা কোনে ভংগ কৰিব পাৰে?






ANSWER=
Ans : মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মৰ্মে ৰাষ্ট্ৰপতি


 

58. দেশৰ বিত্তীয় বিল কোনখন সদনত উত্থাপন কৰিব পাৰি?






ANSWER=
Ans : কেৱল লোকসভা


 

59. কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল?






ANSWER=
Ans : ১৯৪৬


 

60. ‘ মানচেষ্টাৰ অফ অসম ‘ বুলি কোৱা হয় ?






ANSWER=
Ans : শুৱালকুছি






Join WhatsApp

Join Now

Join Telegram

Join Now

Related Job Posts

NIACL AO Recruitment 2025 – Administrative Officer 550 Posts, Online Apply

Job Post:
Administrative Officer
Qualification:
Technical Degree
Job Salary:
27,407/-
Last Date To Apply :
August 30, 2025
Apply Now

SBI Clerk Recruitment 2025 – Junior Associate 6589 Posts, Online Apply

Job Post:
Junior Associate
Qualification:
Degree
Job Salary:
29,900/-
Last Date To Apply :
August 26, 2025
Apply Now

IBPS Clerk Recruitment 2025 – Notification Out for 10277 Clerk Posts, Apply Online

Job Post:
Clerk
Qualification:
Degree
Job Salary:
40,000/- - 42,000/-
Last Date To Apply :
August 21, 2025
Apply Now

Air Force AFCAT 02/2025 Batch Exam City Details

Job Post:
Air Force Common  Admission Test (AFCAT)
Qualification:
12 Pass
Job Salary:
30,000/-
Last Date To Apply :
July 1, 2025
Apply Now

Leave a Comment