Assam GK Important MCQ (Part-6) // Assam Police, TET, Forest Gourd & Other Comparative Exam

By: IndiaFastJobAlert.Com

On: October 1, 2021

       

Q. বংগৰ পৰা অসম পৃথক হৈছিল ?






ANSWER=
1874


 

Q. বংগ বিভাজন কেতিয়া হৈছিল ?






ANSWER=
1905


 

Q. ভূপাল গেছ দূৰঘটনা কিমান চনত হৈছিল ?আৰু তাৰ পৰা উলোৱা গেছবিধ কি আছিলে ?






ANSWER=
1984 mic


 

Q. কোনজন আহোম ৰজাৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল?






ANSWER=
গদাধৰ সিংহ


 

Q. অসমৰ ‘ লৌহ পুৰুষ ‘ নামেৰে কাক জনা যায়?






ANSWER=
বিষ্ণুৰাম মেধি


 

Q. অলপতে বিশ্ব শান্তি দিৱস কেতিয়া পালন কৰা হ’ল?






ANSWER=
২১ ছেপ্টেম্বৰ


 

Q. অলপতে আন্তৰাষ্ট্ৰীয় মুদ্ৰা কোষ ( IMF ) এ কোনখন দেশক দিব লগা পুঁজিত প্ৰতিবন্ধ প্ৰয়োগ কৰিছে?






ANSWER=
আফগানিস্তান


 

Q. অলপতে দেশৰ পৰৱৰ্তী বায়ুসেনাৰ অধ্যক্ষ ৰূপে কাৰ নাম ঘোষণা কৰা হৈছে?






ANSWER=
ভি আৰ চৌধুৰী


 

Q. অলপতে Punjaba ৰ নতুন ৰাজ্য পাল নিযুক্তী পালে






ANSWER=
banwari lal purahit


 

Q. ‘ অসম প্ৰাথমিক শিক্ষা আইন ‘ কিমান চনত গৃহীত হৈছিল?






ANSWER=
১৯২৬


 

Q. জাতীয় শিক্ষা নীতি, ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল?






ANSWER=
ৰাজীৱ গান্ধী


 

Q. চিলাৰায় নামেৰে কাক জনা গৈছিল?






ANSWER=
শুক্লধ্বজ


 

Q. ৰবাৰ্ট ব্ৰুচে অসমত কেতিয়া চাহৰ আবিস্কাৰ কৰিছিল?






ANSWER=
১৮২৩


 

Q. 2007 চনত arjun ব্ঁটা কোনে পাইছিল ?






ANSWER=
জয়ন্ত তালুকদাৰ


 

Q. কোন আহোম ৰজাই আটাইতকৈ পুৰনি মূদ্ৰা পছলন কৰিছিল ?






ANSWER=
জয়ধ্বজ সিংহ


 

Q. মানুহৰ শৰীৰৰ কোনটো অংগক ‘ Voice box ‘ বুলি কোৱা হয়?






ANSWER=
স্বৰযন্ত্ৰ ( larynx )


 

Q. shadhinata পুনৰুদ্ধাৰ শেষ ৰন শন কি ?





ANSWER=
মহঁগড়ৰ ৰন 1822


 

Q. ৰাষ্ট্ৰীয়া মানৱ অধিকাৰ আইন কিমান চনত গৃহীত হৈছিল ?






ANSWER=
১৯৪৮ ডিছেম্বৰ ৯


 

Q. ভাৰত চৰকাৰ আইন কেতিয়া গঠন হৈছিল ?






ANSWER=
1935


 

Q. সংবিধান সভাৰ pratham খন বৈঠক কেতিয়া গঠন হৈছিল ?






ANSWER=
1946


 

Q. কোষ পোন প্ৰথমে ৰবাৰ্ট হুকে কিমান চনত আৱিষ্কাৰ কৰিছিল?






ANSWER=
১৬৬৫


 

Q. অসম চুক্তি স্বাক্ষৰিত হৈছিল –






ANSWER=
১৫ আগষ্ট ১৯৮৫


 

Q. অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কত অনুষ্ঠিত হৈছিল?






ANSWER=
শিৱসাগৰ


 

Q. বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?






ANSWER=
পুষ্য বৰ্মণ



 

Q. অভিৰুছি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়?






ANSWER=
৩ ছেপ্টেম্বৰ






Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment