Q. চুতীয়া ৰাজ্যৰ শেষ ৰজা
ANSWER= নীতিপাল
Q. ‘ ফালকন উৎসৱ ‘ ( Falcon Festival ) ক’ত উদযাপন কৰা হয়?
ANSWER= উমৰাংছু
Q. পৃথিৱীত কিমান শতাংশ পানীয়ে আৱৰি আছ ?
ANSWER= ৭১%
Q. ‘ Discovery of Assam ‘ নামৰ গ্ৰন্থখনৰ লেখক কোন?
ANSWER= সতীশচন্দ্ৰ কাকতি
Q. চান্দুবি উৎসৱ পালন কৰে –
ANSWER= ৰাভা
Q. কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কেতিয়া মৃত্যু হৈছিল?
ANSWER= ১৯৬৯
Q. বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়?
ANSWER= যমুনা
Q.’ লুইত কোঁৱৰ ‘ বুলি কাক জনা যায়?
ANSWER= ৰুদ্ৰ বৰুৱা
Q. বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
ANSWER= আত্মাৰাম শৰ্মা
Q. ‘ সোণৰ চামূচ মুখত লৈ ‘ কাৰ আত্মজীৱনী?
ANSWER= প্ৰণৱজ্যোতি ডেকা
Q. সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল?
ANSWER= প্ৰতিমা পাণ্ডে বৰুৱা
Q. ‘ আধালিখা দস্তাবেজ ‘ কাৰ আত্মজীৱনী?
ANSWER= মামণি ৰয়ছম গোস্বামী
Q. কিমান চনত বাবৰি মছজিদ ধ্বংস কাণ্ড সংঘটিত হৈছিল?
ANSWER= ১৯৯২
Q. এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে?
ANSWER= লোকসভা অধ্যক্ষ
Q. অসম চুক্তি অনুসৰি কোনটো শোধনাগাৰ স্থাপন হৈছিল?
ANSWER= নুমলীগড়
Q. কলিকতাত অসমীয়া সাহিত্য চৰা ?
ANSWER= ১৮৭২
Q. যাধৱ পায়েঙক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল?
ANSWER= ২০১৫
Q. মহ গঁড়ৰ ৰন কিমান চনত হৈছিল ?
ANSWER= ১৮২২
Q. বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল?
ANSWER= ১৯৫২
Q. বিকাশ হৈছে ?
ANSWER= জীৱনজোৰা প্ৰক্ৰিয়া
Q. সমকামীতাৰ কাল বুলি কোৱা হয় ?
ANSWER= বাল্যকাল
Q. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ( AHSEC ) কেতিয়া গঠন কৰা হৈছিল?
ANSWER= ১৯৮৪
Q. জাতীয় শিক্ষা নীতি কিমান চনত ঘোষণা কৰা হৈছিল?
ANSWER= ১৯৮৬
Q. UGC কিমান চনত গঠন হৈছিল?
ANSWER= ১৯৫৬
Q. পানী দিহিং অভয়াৰণ্য কোন খন জিলাত অৱস্থিত?
ANSWER= শিৱসাগৰ