Q. লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ‘ ৰসৰাজ ‘ উপাধি প্ৰদান কৰিছিল?
ANSWER= 1931
Q. ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?
ANSWER= 2.39%
Q. লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?
ANSWER= ১৯২৪ গুৱাহাটীী
Q. কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল?
ANSWER= গদাধৰ সিংহ
Q. সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়?
ANSWER= ২৭ মাৰ্চ
Q. অলপতে ভাৰত আৰু কোনখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ বাবে পেত্ৰাপলত এটা নতুন যাত্ৰী টাৰ্মিনেল ভৱন উদ্ঘাটন কৰা হৈছে?
ANSWER= বাংলাদেশ
Q. ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ পুৰস্কাৰ বঁটা ( অসমীয়া ভাষাত ) কোনে লাভ কৰিবলৈ সক্ষম হৈছে?
ANSWER= দিগন্ত বিশ্ব শৰ্মাড
Q. জনসংখ্যাৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা কোন খন?
ANSWER= নগাওঁ
Q. ‘ ভক্তি ৰত্নাকৰ ‘ নামৰ তত্ত্ব মূলক গ্ৰন্থখন কাৰ ৰচনা?
ANSWER= শ্ৰীমন্ত শংকৰদেৱ
Q. সংবিধান খনক এখন ‘ পবিত্ৰ দস্তাবেজ ‘ বুলি কোনে কৈছিল?
ANSWER= বি আৰ আম্বেদকাৰ
Q. সৰ্বানন্দ সিংহ ৰজা আছিল –
ANSWER= মটক সকলৰ
Q. শালস্তম্ভ বংশৰ ৰাজধানী আছিল –
ANSWER= হাৰূপেশ্বৰ
Q. জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?
ANSWER= ৰুদ্ৰ সিংহ
Q. কোনজন ৰজাৰ ৰাজত্বকালৰে পৰা আহোম সকলৰ মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?
ANSWER= ৰুদ্ৰ সিংহ
Q. হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল?
ANSWER= জয়ধ্বজ সিংহ
Q. আহোম যুগৰ ইতিহাসপ্ৰসিদ্ধ কাৰেংঘৰ বৰ্তমান শিৱসাগৰ জিলাৰ ক’ত অৱস্থিত?
ANSWER= গড়গাওঁ
Q. কোনজন আহোম ৰজাই আৰু কেতিয়া কাৰেংঘৰ নিৰ্মাণ কৰিছিল?
ANSWER= ১৭৫১ চনত ৰাজেশ্বৰ সিংহই
Q. চুতীয়া সকলৰ শেষ ৰজা কোন আছিল?
ANSWER= নীতিপাল
Q. আহোমসকলৰ বিবাহ প্ৰথাক জনা যায় –
ANSWER= চকলং
Q. গদাধৰ সিংহৰ আহোম নাম কি আছিল?
ANSWER= চুপাটফা
Q. কেপ্টেইন অমৰিন্দৰ সিংৰ পদত্যগৰ পাছত পাঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী কোন নিৰ্বাচিত হৈছে?
ANSWER= চৰণজিত সিং চন্নি
Q. ‘ India against ifself ‘ নামৰ গ্ৰন্থখনৰ লেখক কোন?
ANSWER= সঞ্জীৱ বৰুৱা
Q, Pratham অসমীয়া ফিফা ৰেফাৰী কোন আছিল ?
ANSWER= মুকতাৰ
Q. পোন Pratham বাৰৰ বাবে বিশ্বকাপ ফুটবলত champion হোৱা দেশ ?
ANSWER= উৰগোৱে
Q. ১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পাছত অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন হৈছিল?
ANSWER= বিষ্ণুৰাম মেধি