21. কম্পিউটাৰ সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়?
ANSWER= Ans : ২ ডিচেম্বৰ
22. চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল?
ANSWER= Ans : চাণক্য
23. ড: সৰ্বেপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল?
ANSWER= Ans : ছোভিয়েট ইউনিয়ন
24. দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয়?
ANSWER= Ans : চলচ্চিত্ৰ
25. ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল?
ANSWER= Ans : 1498 AD
26. When did Delhi became the capital of India?
দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল?
ANSWER= Ans : 1911
27. Which metal first used by man?
মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল?
ANSWER= Ans : তাম
28. অসমৰ বৰষূণ গৱেষণা প্ৰতিষ্ঠানটো ক’ত অৱস্থিত?
ANSWER= Ans : যোৰহাট
29. ভাৰতত বগা মৰুভূমি কত অৱস্থিত?
ANSWER= Ans : গুজৰাট
30. কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়?
ANSWER= Ans : বৰপেটা
31. আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথম বাৰৰ বাবে ( ১৯৪৮ চনত ) কত প্ৰতিষ্ঠা কৰা হৈছিল?
ANSWER= Ans : শালনীবাৰী
32. SAARC ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?
ANSWER= Ans : কাঠমাণ্ডু
33. নাগৰিকত্ব আইন কোন চনত গৃহীত হৈছিল?
ANSWER= Ans : ১৯৫৫
34. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?
ANSWER= Ans : হীৰালাল জে কানিয়া
35. ‘ সত্যমেৱ জয়তে ‘ বাক্যশাৰী ক’ৰ পৰা লোৱা হৈছে?
ANSWER= Ans : মুণ্ডক উপনিষদ
36. ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?
ANSWER= Ans : কেৰালা
37. অসম ‘ ক্ৰীড়া দিৱস ‘ কোন তাৰিখে পালন কৰা হয়?
ANSWER= Ans : ১৭ অক্টোবৰ
38. কোনজন আহোম ৰজাক ইংৰাজে বন্দী কৰিছিল?
ANSWER= Ans : পুৰন্দৰ সিংহ
39. ফুলগুৰি কৃষক বিদ্ৰোহত মুঠ কিমানজন কৃষকৰ মৃত্যু হৈছিল?
ANSWER= Ans : ৫৪ জন
40. যোৰহাট জিলাত অৱস্থিত বিমান বন্দৰটোৰ নাম কি?
ANSWER= Ans : ৰৰৈয়া বিমানবন্দৰ