Assam GK Important MCQ (Part-1)Assam Police, TET, APDCL, Forest Guard & Other Comparative Exam

By: IndiaFastJobAlert.Com

On: September 27, 2021

       


1. ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমান খন জিলা আছিল?






ANSWER=
Ans : ১৩


 

2. ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোন খন ?





ANSWER=
Ans : গুজৰাট


 

3. ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্য উৎপত্তি হৈছিল?






ANSWER=
Ans : মধ্যযুগ


 

4. কোন খন দেশৰ ৰাষ্ট্ৰীয় খেল Table Tennis?






ANSWER=
Ans : চীন


 

5. হিন্দী দিৱস কেতিয়া পালন কৰা হয়?






ANSWER=
Ans : ১৪ চেপ্টেম্বৰ


 

6. তলত দিয়া কোনখন ঠাইত কাগজকল নাই ?






ANSWER=
Ans : নুমলিগড়


 

7. অসমীয়া কেলেণ্ডাৰত কোনটো মাহ ৩২ দিনৰ হয়?






ANSWER=
Ans : আহাৰ


 

8. মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদান বিধ কি?






ANSWER=
Ans : অক্সিজেন


 

9. কাছাৰৰ পুৰণি নাম কি আছিল?






ANSWER=
Ans : হিড়িম্বা


 

10. সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল?






ANSWER=
Ans : কপাৰ্নিকাছ


 

11. কামাখ্যা মন্দিৰ কোন জন কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল?






ANSWER=
Ans : নৰনাৰায়ণ


 

12. ওড়িশাৰ দুখ বুলি কোন খন নদীক কোৱা হয়?






ANSWER=
Ans : মহানদী


 

13. ৫১তম দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে?






ANSWER=
Ans : ৰজনীকান্ত


 

14. ভাৰতৰ সৰ্ববৃহৎ নিমখ উৎপাদক ৰাজ্য কোন খন?






ANSWER=
Ans : গুজৰাট


 

15. মহাকাশত উপনীত হোৱা প্ৰথম ব্যক্তি কোন আছিল?






ANSWER=
Ans : য়ুৰি গাগৰিন


 

16. স্বাধীন ভাৰতত প্ৰথমখন অ – কংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল?






ANSWER=
Ans : কেৰালা


 

17. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?






ANSWER=
Ans : আশাপূৰ্ণা দেৱী


 

18. বিশ্ব বাণিজ্য সংস্থা ( World Tread Organization )ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?






ANSWER=
Ans : জেনেভা


 

19. ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল?






ANSWER=
Ans : ছাৰ আকবৰ হাইদৰী


 

20. সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা আছে?






ANSWER=
Ans : অনুচ্ছেদ ১২৩






Join WhatsApp

Join Now

Join Telegram

Join Now

1 thought on “Assam GK Important MCQ (Part-1)Assam Police, TET, APDCL, Forest Guard & Other Comparative Exam”

Leave a Comment